This browser does not support the video element.
বিজনী ভাগ: বাগৰগাঁও বজাৰত থুৰিবাৰীত বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ থুৰিবাৰী ব্লক সমিতিৰ নিৰ্বাচনী কাৰ্যলয়ৰ দুৱাৰ মুকলি
Bijni Part, Chirang | Sep 8, 2025
বিজনীৰ থুৰিবাৰীত বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ দলৰ থুৰিবাৰী ব্লক সমিতিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যলয়ৰ দুৱাৰ মুকলি। উক্ত কাৰ্যসূচীত ৫৯৫ জন লোকৰ বিপিএফ দলত যোগদান,বিজনীৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাগৰগাও বজাৰত ১৯ নং থুৰিবাৰী সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ দলৰ ব্লক সমিতিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ দুৱাৰ মুকলি,নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় দুৱাৰ মুকলি কৰে -বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাখলাৰী আৰু প্ৰাৰ্থী খলিলুৰ ৰহমানে ।