Download Now Banner

This browser does not support the video element.

আজাৰা: মহানগৰীৰ বিভিন্ন প্ৰান্তত ধুমুহা বতাহ ।

Azara, Kamrup Metropolitan | Oct 5, 2025
ৰবিবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত ধুমুহা বতাহ বলে । মহানগৰীৰ বিভিন্ন প্ৰান্ত বিশেষকৈ ধাৰাপুৰ, আজাৰা, বৰঝাৰ আদি অঞ্চলত বলে এই ধুমুহা । ধুমুহা বতাহৰ গতিবেগ আছিল প্ৰায় ৫০কিমি / ঘন্টা । ধুমুহাৰ ফলত বিভিন্ন ঠাইত গছ উভালি পৰাত তথা গছৰ ডাল বাগৰি পৰাত বিভিন্ন ঠাইত ব্যাহত হৈ আছে বিদ্যুত সেৱা ।
Read More News
T & CPrivacy PolicyContact Us