Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: পানীচকোৱা পুৰণি মাটিৰ সমীপত পথ দুৰ্ঘটনা , ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বাগৰি পৰে ট্ৰাক , কম পৰিমাণে আঘাতপ্ৰাপ্ত এজন

Jorhat West, Jorhat | Sep 12, 2025
পানীচকোৱা পুৰণি মাটিৰ সমীপত দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বাগৰি পৰে ট্ৰাক । কম পৰিমাণে আঘাতপ্ৰাপ্ত এজন । পশ্চিম যোৰহাটৰ পানীচকোৱা পুৰণি মাটিৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা । ট্ৰাক খন যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দিভাইদাৰত খুন্দা মাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে । কম পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ট্ৰাক খনত থকা এজন লোক ।
Read More News
T & CPrivacy PolicyContact Us