This browser does not support the video element.
বিজনী ভাগ: 'হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি ভাঙি গ'ল, দাঁত নোহোৱা সিংহই মাংস খাব নোৱাৰে', বিজনীত বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ মন্তব্য
Bijni Part, Chirang | Sep 3, 2025
"হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি ভাঙি গ'ল,দাঁত নোহোৱা সিংহই মাংস খাব নোৱাৰে। আজিকালি হাগ্ৰামা মহিলাৰী দাঁত নোহোৱা সিংহৰ নিচিনা,হাগ্ৰামাই নিজকে সিংহ বুলি ভাবে, কিন্তু দাঁত নোহোৱা বাবে মাংস খাব নোৱাৰে,গতিকে হাগ্ৰামাৰ কথাৰ এতিয়া কোনো মূল্য নাই,হাগ্ৰামা মহিলাৰী সপোনৰ দুনীয়াত থাকি ভাল পায়,চিৰাঙৰ বিজনীত এই মন্তব্য বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ।