Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: চুতীয়া যুৱ সন্মিলন জিলা সমিতিৰ উদ্যোগত সদৰত জনজাতিকৰণৰ দাবীত জোৰ সমদল

Tinsukia, Tinsukia | Sep 3, 2025
জনজাতিকৰণৰ দাবীত পুনৰ উত্তপ্ত হ'ল তিনিচুকীয়া চহৰ। বুধৱবাৰে সন্ধ্যা প্ৰায় ৭ .৩০ মিনিটত চুতীয়া যুৱ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ থকা আৰক্ষী প্ৰশাসনৰ বাধা মাজতে সাব্যস্ত কৰে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ। চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বাহিৰ কৰা জোৰ সমদলৰ যোগেদি অনুসূচীত জনজাতি মৰ্যদা নাপালে আন্দোলনৰ অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰতিবাদ কাৰীৰ ।
Read More News
T & CPrivacy PolicyContact Us