This browser does not support the video element.
মৰিগাঁও: জাগীৰোড আৰক্ষীয়ে ঢেঁকীয়াজুলিৰ পৰা চুৰি কাপোৰ সহ এজন গ্ৰেপ্তাৰ অনাৰ লগতে জাগীৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে অন্য দুটা চুৰ
Marigaon, Morigaon | Aug 24, 2025
জাগীৰোডৰ পৰা চুৰি প্ৰায় আঢ়ৈ লাখ টকাৰ কাপোৰ। চুৰি হোৱা এই কাপোৰ খিনি উদ্ধাৰ হয় ঢেকীয়াজুলীৰ ঠেলামৰাত। জাগীৰোডৰ হাৰিয়ানা ক্লথ ষ্ট'ৰৰ পৰা কাপোৰ চুৰি হোৱা ঘটনাৰ লগত জড়িত তিনিটা চোৰক গ্ৰেপ্তাৰ কৰে জাগীৰোড আৰক্ষীয়ে। ধৃত চোৰ তিনিটা হৈছে জাগীৰোডৰ হাৰিয়ানা ক্লথ ষ্ট'ৰৰ কৰ্মচাৰী দেৱাশীষ ধৰ, জাগীৰোডৰ সমীপৰ কাঁহিকুছীৰ মিজানুৰ শ্বেখ আৰু ঢেকিয়াজুলী ঠেলামৰাৰ শুশাংকৰ দাস। উল্লেখযোগ্য যে দেৱাশীষ ধৰ আৰু মিজানুৰ শ্বেখ এই দুয়োটা চোৰে লগলাগি এই কাপোৰ খিনি ঢেকীয়াজুলীৰ শুশাংকৰক..