This browser does not support the video element.
শিৱসাগৰ: ববিতা গগৈৰ জলকুঁৱৰীৰ কাঁচৰ হৃদয় শিল হৈছিল শীৰ্ষক গল্প সংকলন উন্মোচন শিৱসাগৰত
Sibsagar, Sivasagar | Aug 23, 2025
ববিতা গগৈৰ জলকুঁৱৰীৰ কাঁচৰ হৃদয় শিল হৈছিল শীৰ্ষক গল্প সংকলন উন্মোচন শিৱসাগৰত । শিৱসাগৰৰ ছোৱালী কলেজৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত এই গ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰতিম শৰ্মাই । বিশিষ্ট বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁইকে আদি কৰি জিলা খনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয় এই গল্প সংকলন খন শিৱসাগৰত ।