This browser does not support the video element.
বৰপেটা: সৰভোগত নিৰ্মাণ কৰা হব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি,সংবাদ মাধ্যমত এই কথা জনালে বিধায়ক মনোৰঞ্জন তালুকদাৰে
Barpeta, Barpeta | Sep 24, 2025
সৰভোগত নিৰ্মাণ কৰা হব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি । বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত সংবাদ মাধ্যমত এই কথা জনালে বিধায়ক মনোৰঞ্জন তালুকদাৰে। এমাহৰ ভিতৰতে জনতাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে লক্ষ্য লোৱাৰ কথা সদৰী বিধায়কগৰাকীৰ। সৰভোগত বুধবাৰে বিধায়কগৰাকীয়ে জনোৱা মতে, সৰভোগবাসী ৰাইজৰ সহায় সহযোগত প্ৰিয় শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে তেওঁ এই পদক্ষেপ লৈছে । ইতিমধ্যে ভাস্কৰ্য শিল্পীৰ সৈতে যোগাযোগ কৰাৰ কথা কোৱাৰ লগতে এমাহৰ ভিতৰতে প্ৰতিমুৰ্তিটো স্থাপন ক