Download Now Banner

This browser does not support the video element.

নগাঁও: পুনৰ বহি ৰাজ্যত অসমৰ যুৱকৰ মৃত্যু , জুৰীয়াত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া পৰিয়ালৰ

Nagaon, Nagaon | Sep 12, 2025
পুনৰ বহি ৰাজ্যত অসমৰ যুৱকৰ মৃত্যু গছৰ পৰা পৰি বহি ৰাজ্য কেৰেলাত নিহত হয় অসমৰ নগাঁও জিলাৰ জুৰীয়াৰ যুৱক নিহত হোৱা যুৱক জন জুৰীয়াৰ দলনী জুৰীয়াৰ ছাদিকুল ইছলাম বুলি জানিব পৰা গৈছে। হুছেইন আলীৰ পুত্ৰ ছাদিকুল ইছলাম প্ৰায় এমাহ ধৰি কেৰেলাত এটি কাঠ মেইলত কৰ্মৰত আছিল। ছাদিকুলৰ মৃত্যুত সমগ্ৰ দলনী জুৰীয়াত এক শুকাকুল পৰি
Read More News
T & CPrivacy PolicyContact Us