Download Now Banner

This browser does not support the video element.

নগাঁও: ইছলামপটিত চুৰৰ চাফাই অভিযান , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Aug 26, 2025
নগাঁও ইছলামপটিত চুৰৰ চাফাই অভিযান । যোৱা কালি নিশা ঘৰত কোনো নথকা সুযোগ লৈ ইছলামপটিৰ মজিদৰ কাষত অৱস্থিত অধিবক্তা বাহাৰুল ইলামৰ ঘৰত চুৰে চলালে লুট পাট। চুৰে সোণৰ গহনা লগতে লুটি নিয়ে নগদ দুই লাখ টকা। ইতিমধ্যে হয়বৰগাঁও আৰক্ষীয়ে চুৰি কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে বুলি ভূক্তভোগীয়ে জানিবলৈ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us