Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ৰণক্ষেত্ৰলৈ পৰিণত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় , দুই ফৈদৰ মাজত মাৰপিত , উতপ্ত পৰিস্থিতিৰ সৃষ্টি

Jorhat West, Jorhat | Sep 11, 2025
ৰণক্ষেত্ৰলৈ পৰিণত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় । দুই ফৈদৰ মাজত মাৰপিত । যোৰহাট স্থিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় আজি পৰিণত হয় ৰণ ক্ষেত্ৰলৈ । কেমেৰাৰ সন্মুখতে হতা হতি দুই পক্ষৰ । কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ ফৈদ আৰু যোৰহাটৰ একাংশ বিষয় ববিয়া আৰু কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় । কেমেৰাৰ সন্মুখতে চৰ সুধাই সংগঠনৰ ইজনে সিজনক ।
Read More News
T & CPrivacy PolicyContact Us