This browser does not support the video element.
শিৱসাগৰ: আহোম জাতীয় গণ মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে উদযাপিত
Sibsagar, Sivasagar | Sep 3, 2025
আহোম জাতীয় গণ মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে উদযাপিত। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ কালিপ্ৰসাদ মেম'ৰিয়েল হলত আহোম জাতীয় গণ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত উদযাপিত কৰা হয় জনগোষ্ঠীয় সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস শিৱসাগৰ বাসী ৰাইজৰ সহযোগত । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমাজ জীৱনৰ প্ৰতি অৱদান আগবঢ়োৱা বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় সংগঠনটোৰ তৰফৰ পৰা ।