This browser does not support the video element.
ডুমডুমা: ডুমডুমা মহাবিদ্যালয়ত নৱাগত আদৰণি সভা ও বিদায় সম্ভাষণ অনুষ্ঠানত অংশগ্ৰহণ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ
Doom Dooma, Tinsukia | Sep 1, 2025
ৰূপাই স্থিত ডুমডুমা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা ও বিদায় সম্ভাষণ অনুষ্ঠানত দুপৰীয়া প্রায় ২ বজাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক জীৱন সংগ্ৰামত ব্ৰতী হ'বলৈ আহ্বান জনাই শ্ৰম মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই । উক্ত অনুষ্ঠানত শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ উপৰিও ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলেশ্বৰ কলিতা , বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়া সহিতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।