Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: উজনি অসমত সোণ চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মাষ্টাৰমাইণ্ড যোৰহাট আৰক্ষীৰ জালত,জালত পৰে সোণাৰীও,আদালতৰ চৌহদৰপৰা গ্ৰেপ্তাৰ
Jorhat West, Jorhat | Sep 9, 2025
উজনি অসমত সোণ চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মাষ্টাৰমাইণ্ড যোৰহাট আৰক্ষীৰ জালত । জালত পৰে এজন সোণাৰীও ।আদালতৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ। সোণ চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আজি আৰক্ষীৰ জালত পৰে। চুৰিৰ অভিযোগত পূৰ্বেও কেইবাবাৰো জে'ললৈ গৈছে গভাইত চোৰ অংকুৰ দাস ।চুৰিৰ গোচৰত যোৰহাটৰ আদালতৰ তাৰিখ পৰিলেই পুনৰ যোৰহাটত সংঘটিত কৰি থৈ যায় আন এটা চুৰিকাণ্ড।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!