বঙাইগাঁও জিলাৰ বালাৰচৰত মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। ই ৰিক্সাৰ খুন্দাৰ ফলত নিহত হয় চাইকেল আৰোহী ইনচান আলী। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি। আৰক্ষী উপস্থিত হয় মৃত ব্যক্তি গৰাকীৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।