Download Now Banner

This browser does not support the video element.

গোলাঘাট: পাঁচ আলিৰ লগতে বিভিন্ন স্থানত বিদ্যালয় পৰিদৰ্শন গোলাঘাট জিলা কাৰ্যবাহী দণ্ডাধীশৰ

Golaghat, Golaghat | Sep 2, 2025
মঙ্গলবাৰে দিনৰ প্ৰায় ২ বজাত গোলাঘাট জিলাৰ কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে জিলাখনৰ বিভিন্ন বিদ্যালয়বোৰ পৰিদৰ্শন কৰে। লগতে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী ও কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে। পৰিদৰ্শনৰ সময়ছোৱাত দণ্ডাধীশ গৰাকীয়ে বিদ্যালয়বোৰৰ শৈক্ষিক আৰু আন্তঃগাথঁনিগত দিশবোৰ পৰ্যালোচনা কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ গুণগত মানদণ্ড অধিক উন্নত কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লব লগা সাবধানতাৰ ওপৰত আলোচনাত মিলিত হয়।
Read More News
T & CPrivacy PolicyContact Us