Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: বকপৰা-পুব বানীপুৰ সংযোগী পথ নিৰ্মাণত ব‍্যাপক অনিয়ম, ঠিকাদাৰ অভিজিৎ পাটুৱাৰীৰ বিৰুদ্ধে আবন্তিত ধন আত্মসাতৰ অভিযোগ

Dibrugarh East, Dibrugarh | Aug 23, 2025
ডিব্ৰুগড়ৰ বকপৰা পূৱ-বাণীপুৰ সংযোগী পথ নিৰ্মাণত ব্যাপক অনিয়ম। ছপৰা ছপৰে এৰিছে পথৰ বিতুমিন। ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। নিৰ্মাণৰ এসপ্তাহ নহওঁতেই বখলা-বখলে এৰিছে পকী পথৰ শিল-আলকাতৰাৰ মিশ্ৰণ। আজি শনিবাৰে বিয়লি ৪ বজাত পথটোৰ পকীকৰণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি পথটোৰ বিধিগতভাৱে পুনৰ নিৰ্মাণৰ দাবী স্থানীয় অঞ্চলবাসীৰ
Read More News
T & CPrivacy PolicyContact Us