Download Now Banner

This browser does not support the video element.

মৰঙী: মুৰফুলনিৰ লগতে বিভিন্ন স্থানত আবকাৰী বিভাগৰ ঘৰত তৈয়াৰ কৰা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তিনি হাজাৰ লিটাৰকৈ অধিক সুৰা জব্দ

Morangi, Golaghat | Sep 7, 2025
মৰঙি মুৰফুলনিৰ লগতে বিভিন্ন স্থানত আবকাৰী বিভাগৰ ঘৰত তৈয়াৰ কৰা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তিনি হাজাৰ লিটাৰকৈ অধিক সুৰা জব্দ l গোলাঘাট মৰঙিৰ বিভিন্ন স্থানত গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰম ৰমিয়া বেহা l দেওবাৰে পুৱা প্ৰায়প্ৰায় ১০ বজাত গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ গোলাঘাট সদৰ আৰু ফৰকাটিংৰ দলদুটাৰ যুটীয়া প্ৰচেষ্টাত আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত জিলাখনৰ লেতেকুবস্তি, মূৰফুলনি আদি অঞ্চলত চলোৱা অবৈধ সুৰা বিৰোধী তালাচী অভিযানত তিনি হাজাৰ লিটাৰকৈ অধিক সুৰা জব্দ।
Read More News
T & CPrivacy PolicyContact Us