Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কয়লাময়লাত আগন্তুক বিটিচি নিৰ্বাচন লৈ সভা অনুষ্ঠিত, উপস্থিত নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী

India | Aug 26, 2025
আজি চিৰাং জিলাৰ নিসিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লাময়লাত আগন্তুক বিটিচি নিৰ্বাচন লৈ সভা অনুষ্ঠিত হয়, আজিৰ এই সভাত আগন্তুক বিটিচি নিৰ্বাচন লৈ আলোচনা কৰাৰ লগতে মহিলা কাৰ্য কৰ্তাৰ সৈতে মতবিনিময় কৰে ,আজিৰ এই সভাত নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us