Download Now Banner

This browser does not support the video element.

ডুমডুমা: সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণৰ দাবীত তালাপত বিশাল জোৰ সমদল

Doom Dooma, Tinsukia | Sep 2, 2025
মঙ্গলবাৰে সন্ধ্যা ৭.৩০ মিনিটত তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ তালাপত বিশাল জোৰ সমদল ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত জনজাতিকৰণৰ দাবীত এই বিশাল জোৰ সমদল ৷ সমদলত অংশগ্ৰহণ কৰে মৰাণ জনগোষ্ঠীৰ সহস্ৰাধিক ৰাইজ ৷ বিশাল নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ বেহু ফালি বাহিৰ কৰে এই জোৰ সমদল ৷ তালাপ বাইপাছৰ পৰা তালাপ চহৰত বাহিৰ কৰে এই জোৰ সমদল ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল তালাপৰ আকাশ বতাহ ৷
Read More News
T & CPrivacy PolicyContact Us