Download Now Banner

This browser does not support the video element.

মৰিগাঁও: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হয় মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতা

Marigaon, Morigaon | Aug 22, 2025
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হয় মহিলা 𝐓20 ক্ৰিকেট প্রতিযোগিতা। ৮ টা দলৰ মাজত ১৯ বছৰ অনুৰ্ধৰ আন্তঃজিলা মহিলা T20 ক্ৰিকেট খেল প্ৰতিযোগিতা খনিত উপস্থিত হৈ যুৱ খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক ৰমা কান্ত দেউৰীয়ে । নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন খেলুৱৈ সকলৰ খেল জগতখনৰ প্ৰতি থকা নিষ্ঠা আৰু দক্ষতা দেখি আপ্লুত হয় বিধায়ক গৰাকী। ইফালে অনাগত দিনত, প্ৰতিযোগিতা খন
Read More News
T & CPrivacy PolicyContact Us