This browser does not support the video element.
বিজনী ভাগ: মানাশ্ৰী বজাৰত অনুষ্ঠানিকভাৱে ভূমিৰ আৱণ্টন পত্ৰ প্ৰদান উপস্থিত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী
Bijni Part, Chirang | Aug 26, 2025
দীৰ্ঘদিন ধৰি বসবাস কৰা এন.চি কাহিতমা অঞ্চলৰ ১০২১ টা পৰিয়ালে লাভ কৰিব ভুমিৰ আৱণ্টন পত্ৰ ,বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা আৰু বিজনী লেণ্ড এডভাইজাৰ বৰ্ডোৰ চিয়াৰমেন সন্তোষ খাখলাৰীৰ উপস্থিতিত ৬৪ টা পৰিয়ালে লাভ কৰে ভূমিৰ আৱণ্টন পত্ৰ,ভূমিৰ আৱণ্টন পত্ৰ লাভ কৰি আনন্দত উৎফুল্লিত হয় ব্যাক্তিসকলে ,কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজনী জিলা ইউপিপিএল দলৰ সভাপতি ফনীন বড়ো সহ বিভিন্ন বিষয় ববিয়া।