This browser does not support the video element.
শিৱসাগৰ: নগাৰ বিৰুদ্ধে আমগুৰিত সৰৱ হ'ল অসমীয়া যুৱ মঞ্চ
Sibsagar, Sivasagar | Aug 22, 2025
নগাৰ বিৰুদ্ধে আমগুৰিত সৰৱ হ'ল অসমীয়া যুৱ মঞ্চ । অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ হুংকাৰ প্ৰয়োজনত আমিও ধেনু কাঁড় লম । উৰিয়ামঘাটৰ ঘটনাক লৈ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সম্বোধন কৰে সংবাদ মেলৰ ।