This browser does not support the video element.
ওদালগুৰি: ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় পৰ্যটকৰ বাবে।
Udalguri, Udalguri | Oct 6, 2025
২০২৫-২৬ বৰ্ষৰ বাবে জিলা খনত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।বন বিভাগক শীৰ্ষ বিষয়া ড.বিনয় গুপ্তাই আনুষ্ঠানিক ভাৱে ফিটা কাটি পৰ্যাটকৰ বাবে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যান খন। উদ্যানৰ ভিতৰত যাবৰ জীপ চাফাৰীৰ ব্যৱস্থা আছে যদিও সমাগত নবেম্বৰ মাহৰ পৰা হাতী চাফাৰীৰ ব্যৱস্থা কৰা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়ে।