This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ আৰক্ষীয়ে মোল্লাপাৰাৰ পৰা এজন বাইক চোৰক গ্ৰেপ্তাৰ কৰে
Mangaldoi Part, Darrang | Sep 6, 2025
মঙলদৈত বাইক চোৰৰ আজব পদ্ধতি। নিশাৰ অন্ধকাৰত নহয় এইবাৰ Test Drive দিয়াৰ চলেৰে বাইক লৈ উধাও হয় চোৰ।OLX ৰ জড়িয়তে বিক্ৰীৰ বাবে দিয়া বিজ্ঞাপন প্ৰত্যক্ষ কৰি চলনাৰে চুৰি কৰে বাইক। অবশেষত মঙলদৈ আৰক্ষীৰ জালত পৰিল এজন চোৰ। চোৰ জন মঙলদৈ থানাৰ অন্তৰ্গত নগৰবাহী মোল্লাপাৰাৰ ৰাহুল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে কেইদিনমান পুৰ্বে OLX ৰ জড়িয়তে বাইক বিক্ৰী কৰিম বুলি বিজ্ঞাপন দিয়া ল'ৰা দুজনৰ এজাহাৰৰ ভিত্তিত ৰাহুল আলিক নিশা গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে।