Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: ছিপাঝাৰৰ দুমুনিচকীত পথ দুৰ্ঘটনা, গুৰুত্ব ভাবে আহত চালক

Sipajhar, Darrang | Aug 22, 2025
ছিপাঝাৰৰ দুমুনিচকীত এক পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী পৰা মঙলদৈ অভিমুখী মালভৰ্টি এচি ভান দূৰ্ঘটনাগ্ৰস্ত।এই দূৰ্ঘটনাত গুৰুত্ব ভাবে আহত হয় মেজিকখনৰ চালক। মেজিকখনৰ নম্বৰ হল As-13AC 7635 ।
Read More News
T & CPrivacy PolicyContact Us