Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: মেৰাপানীত প্ৰাপ্য মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত মুণ্ডন কৰাই প্ৰতিবাদ সদৌ অসম অস্থায়ী চিকিৎসা কৰ্মীৰ
Golaghat, Golaghat | Sep 8, 2025
মেৰাপানীত প্ৰাপ্য মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত মুণ্ডন কৰাই প্ৰতিবাদ সদৌ অসম অস্থায়ী চিকিৎসা কৰ্মী সংস্থাৰ l সোমবাৰে দিনৰ প্ৰায় ১ বজাত মেৰাপানী সমূহীয়া চিকিৎসালয়ত কৰ্মৰত একাংশ অস্থায়ী চিকিৎসা কৰ্মীয়েও চিকিৎসালয়খনৰ সন্মুখত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। অস্থায়ী চিকিৎসা কৰ্মী সকলৰ মাননী বৃদ্ধিৰ বাবেই কৰ্মী সকলে মুণ্ডনৰ জড়িয়তে নিজা প্ৰাপ্য বিচাৰি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!