Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: পৰ্বতঝোৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

Dhubri Part, Dhubri | Sep 12, 2025
আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ সময় ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে আজি পৰ্বতঝোৰা জিলা কংগ্ৰেছৰ উদ্যোগত দেবিতলা হাই স্কুল খেল পথাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
Read More News
T & CPrivacy PolicyContact Us