Install App
manojbmc2009
This browser does not support the video element.
সৃজনগ্ৰাম: মুজাফৰ হুছেইন হত্যাকাণ্ড সন্দৰ্ভত অভয়াপুৰীত সম জিলা আৰক্ষী অধীক্ষক অৰূপ জ্যোতি বৰাৰ মন্তব্য, হত্যা কাণ্ডৰ তদন্ত চলি আছে
Srijangram, Bongaigaon | Sep 12, 2025
বঙাইগাঁও জিলাৰ অভয়াপুৰী নাৰিকলাত যোৱা ৬ ছেপ্তেম্বৰত সংঘটিত হৈছিল হত্যা কাণ্ডৰ ঘটনা । মুজাফৰ হুছেইনৰ হত্যা কাণ্ড সন্দৰ্কেভতত শুক্ৰবাৰে অভয়াপুৰীত সম জিলা আৰক্ষী অধীক্ষক অৰূপ জ্যোতি বৰাৰ মন্তব্য আগবঢ়াই কয় যে উক্ত হত্যাকাণ্ডৰ তদন্ত চলি আছে । উল্লেখ যোগ্য যে ইতিমধ্যে আৰক্ষীয়ে উক্ত হত্যা কাণ্ডক লৈ চাৰি জনক আটক কৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!