This browser does not support the video element.
মাটিয়া: কৃষ্ণাইৰ খাৰদাং বাবুকোণাত বনবিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল-চেগুণ গছৰ কুণ্ডা জব্দ কৰে
Matia, Goalpara | Sep 13, 2025
কৃষ্ণাইৰ খাৰদাং বাবুকোণাত বনবিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল-চেগুণ গছৰ কুণ্ডা জব্দ কৰে ৷কৃষ্ণাই মধ্য আঞ্চলিক বন কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া দেৱব্ৰত শৰ্মা ই জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ খবৰ অনুসৰি কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় ৷উক্ত অভিযানত প্ৰায় ৩ লক্ষাধিক মূল্যৰ শাল-চেগুণ গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কুণ্ডা খিনি খাৰদাং বাবুকোণা এলেকাত কোনো কাঠ ব্যৱসায়ীয়ে কাঠফলা মিল সংস্থাপন কৰি চলাই আছিল।