Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: 'বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী দেবৰগাঁও সমষ্টিত পৰাজিত হ'ব', চিগনেট হোটেলত সাংসদ ৰনগৌৰা নাৰ্জাৰীৰ মন্তব্য

India | Sep 3, 2025
এইবেলি বিটিচি নিৰ্বাচনত এক ডাঙৰ পিকচাৰ হবলৈ গৈ আছে ,সেয়া হৈছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ জিলাৰ ১০ নং দেবৰগাঁও পৰিষদীয় সমষ্টি আৰু চিৰাঙৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত পৰাজিত হব - এই মন্তব্য ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰীৰ।
Read More News
T & CPrivacy PolicyContact Us