This browser does not support the video element.
নগাঁও: সদৰ আৰক্ষী থানাত চাৰি জনীয়া CIDৰ দল
Nagaon, Nagaon | Sep 22, 2025
নগাঁও সদৰ আৰক্ষী থানাত চাৰি জনীয়া CIDৰ দল। জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ডৰ সন্দেহ কৰি নগাঁৱত ৰুজু হৈছিল চাৰিটাকৈ গোচৰ। নগাঁও নাগৰিক সভা আৰু নৱ মহন্তই নগাঁও সদৰ থানাত, বিভূতি লোচন বৰঠাকুৰে কামপুৰ থানাত আৰু প্ৰণৱ জ্যোতি শইকীয়াই চাপৰমুখ থানাত ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। চাৰিজনকৈ এজাহাৰকাৰীক ভাষ্য প্ৰদানৰ বাবে নগাঁও সদৰ আৰক্ষী থানালৈ তলব কৰিছিল CIDএ।