Download Now Banner

This browser does not support the video element.

বৰপেটা: জুৰোৰাম পাঠক ছোলালী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাই

Barpeta, Barpeta | Aug 27, 2025
শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাই বৰপেটা চহৰৰ জুৰোৰাম পাঠক ছোলালী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে ৷ বিদ্যালয়খন পৰিদৰ্শন কৰি অতিৰিক্ত আয়ুক্ত গৰাকীয়ে ছাত্ৰী সকলৰ লগত মতবিনিময় কৰে ৷ অতিৰিক্ত আয়ুক্ত গৰাকীয়ে ছাত্ৰী সকলক বিদ্যালয়ৰ পুথিভঁৰালৰ পৰাও কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লগতে শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষণৰ সংস্কৃতিকো উৎসাহিত কৰে।
Read More News
T & CPrivacy PolicyContact Us