Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চচলত স্বাস্থ্য কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

Guwahati, Kamrup Metropolitan | Sep 4, 2025
চচলত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত, সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ । মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত এই অনির্দিষ্টকালিন ধর্ণা কাৰ্য্যসূচী ৰূপায়ন। প্ৰতিবাদী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি ধৰ্ণাস্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে। অস্থায়ী স্বাস্থ্য কৰ্মচাৰীক স্থায়ী ভাবে চৰকাৰী আওতালৈ অনা আদি দাবীত প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us