ধুবুৰী জিলাৰ চাপৰত ৰত্নপীঠ মহাবিদ্যালয়ত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নতুন ইউনিট কমিটি গঠনৰ বাবে এটি সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত জিলা কমিটিৰ বিষয়ববীয়া সকলৰ উপস্থিতি শক্তিশালী ইউনিট কমিটি গঠন কৰা হয়। উল্লেখ যোগ্য যে ৰত্নপীঠ মহাবিদ্যালয়ৰ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই প্ৰতিটো ছাত্ৰ সংগঠনে অধিক তৎপৰ হৈ পৰিছে ৷ ঠিক তেনেসময়তে পিছ পৰি থকা নাই ছাত্ৰ মুক্