Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: এ এম চি এইচৰ ICU ৰ পৰা নৱজাতক সলনি কৰাৰ অভিযোগ নস‍্যাৎ কৰি কাৰ্যালয়ত সংবাদমেল অধীক্ষক ডা° ধ্ৰুৱজ্যোতি ভূঞাৰ

Dibrugarh East, Dibrugarh | Sep 6, 2025
AMCH ত কালি শুক্ৰবাৰে প্ৰসূতি বিভাগৰ ICU ৰ পৰা নৱজাতক সাল সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল নৱজাতক টিৰ পিতৃ নৱজ‍্যোতি গগৈ নামৰ এজন ব‍্যক্তিয়ে। এই সন্দৰ্ভত আজি শনিবাৰে দিনৰ ১০ বজাত AMCH ত এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনা নস‍্যাৎ কৰে অধীক্ষক গৰাকীয়ে। তেওঁ কয় যে, AMCH ৰ ICU ত থকাৰ অৱস্থাত এটা শিশুক কেতিয়াও সাল সলনি কৰিব নোৱাৰে।
Read More News
T & CPrivacy PolicyContact Us