Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: দীপক নাথৰ পৰিয়ালৰ হত্যাকাৰী চিনাক্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে নাৰিকলিত উত্তাল প্ৰতিবাদ মহিলাৰ

Mangaldoi Part, Darrang | Sep 12, 2025
যোৱা বৃহস্পতি নাৰিকলীত সংঘটিত হৈছিল ত্ৰিপল মাৰ্ডাৰৰ ঘটনা। নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন সদস্য। হত্যাৰ বলি দীপক নাথ, পত্নী প্ৰতিমা নাথ, আৰু পুত্ৰ ধৃতিৰাজ নাথ। হত্যাকাৰীক চিনাক্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে নাৰিকলিত শুকুৰবাৰে আবেলি 4 মান বজাত মহিলা সকলে প্ৰতিবাদ কৰে
Read More News
T & CPrivacy PolicyContact Us