Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত বিজেপিৰ থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

Bijni Part, Chirang | Sep 2, 2025
বিজনীত হিলদল ভাঙি বৃহৎ সমদলৰে মনোনয়ন পত্ৰ দিবলৈ আহিল বিজেপিৰ তিনিটা সমষ্টিৰ তিনি গৰাকী প্ৰাৰ্থী,বিজনীৰ বিধায়ক তথা ১৯ নং থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়, ১৭ নং সুবাইঝাৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰী, ১৮ নং মানাস ছেৰফাং সমষ্টিৰ প্ৰাৰ্থী সুভাষ চন্দ্ৰ বসুমতাৰীয়ে বৃহৎ সমৰ্থক লগত লৈ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ।
Read More News
T & CPrivacy PolicyContact Us