This browser does not support the video element.
পশ্চিম যোৰহাট: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলা খনৰ বিভিন্ন স্থানৰ পৰিত্যক্ত সামগ্ৰী,বাহন পৰীক্ষা কৰে আৰক্ষীয়ে
Jorhat West, Jorhat | Jul 29, 2025
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলা খনৰ বিভিন্ন স্থানৰ পৰিত্যক্ত সামগ্ৰী , বাহন পৰীক্ষা কৰে আৰক্ষীয়ে। জিলা খনৰ উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰীক্ষা কৰা হয় বাহন সমূহ ।লগতে স্নিফাৰ ডগ ৰ সহায়ত তন তনকৈ পৰীক্ষা কৰে আৰক্ষীয়ে । উল্লেখ্য যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে কোনো নিসিদ্ধ ঘোষিত সংগঠনে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী চলাই আৰক্ষীয়ে