This browser does not support the video element.
হোজাই: কালি নীলবাগানত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ গো-মাংস সহ আটক কৰে দুজনক
Hojai, Hojai | Sep 8, 2025
হোজাইত আৰক্ষীৰ জালত নিষিদ্ধ গো-মাংস সহ আটক দুই।আটকাধীন দুয়োজনক সোমবাৰে দিনৰ ৩বাজি ৪০মিনিটত শ্ৰীমন্ত শংকৰদেৱনগৰ আদালতত প্ৰেৰণ কৰে আৰক্ষীয়ে।উল্লেখ্য যোৱাকালি নীলবাগানত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।অভিযান কালত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ গো-মাংস সহ আটক কৰে দুজনক।আটকাধীন ধৃত দুয়োৰ নাম ক্ৰমে মইনুল হক আৰু চৰিফুল ইছলাম।আটকাধীন ধৃত দুয়োৰ বিৰুদ্ধে আৰক্ষীয়ে 274/25 নম্বৰ আৰু BNSৰ 303(2)/196/325/299, R/W SEC 13/5 ASSAM CATEL PREVENTION ACT ৰ অধীনত গোচৰ ৰুজু কৰি