Download Now Banner

This browser does not support the video element.

হোজাই: তেলীবস্তিৰ কবিৰ আশ্ৰমৰ বিতৰ্কিত ভূমি ক্ৰয় কৰাকলৈ বাবুল সাহাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ পিছত সংবাদমেল ভুক্তভোগী বাবল সাহাৰ

Hojai, Hojai | Sep 11, 2025
হোজাই তেলীবস্তিৰ এডোখৰ ভূমিক লৈ বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪বজাত বাবুল সাহাৰ মন্তব্য।উল্লেখ্য যোৱা কিছুদিন ধৰি কবিৰ আশ্রমৰ ভূমিকলৈ এটা ব্যক্তিগত চেটলাইট চেনেলে বাতৰি সম্প্ৰচাৰ কৰি আহিছিল।বাতৰি সম্প্ৰচাৰৰ পিছতেই ভূমি ক্ৰয় কৰা বাবুল সাহায় সংবাদ মেলৰ আয়োজন কৰে।উল্লেখ্য বাবুল সাহাৰ বিৰুদ্ধে এই বিতৰ্কিত ভূমিকলৈ বাতৰি সম্প্ৰচাৰ কৰিছিল চেনেলটোৱে।তাৰ বিৰোধীতাৰে বাবুল সাহায় কয় যে এই ভূমি মই উত্তৰাধিকাৰীৰ পৰা ক্ৰয় কৰিছো।লগতে এই ভূমি ক্ৰয়ৰ ধন ৰাশি মই বেংকৰ একাউণ্টৰে পেমেণ্ট কৰিছি
Read More News
T & CPrivacy PolicyContact Us