This browser does not support the video element.
লংকা: মেহমুদ মাদানীৰ অসম বিৰোধী মন্তব্যক লৈ উত্তাল ৰাজ্য,মাদানীৰ অসম বিৰোধী মন্তব্যকলৈ লংকাত প্ৰতিক্ৰিয়া জিলা RSS নেতাৰ
Lanka, Hojai | Aug 25, 2025
শেহতীয়াকৈ মেহমুদ মাদানীৰ অসম বিৰোধী মন্তব্যক লৈ উত্তাল ৰাজ্য।মাদানীৰ অসম বিৰোধী মন্তব্যক লৈ সোমবাৰে দিনৰ ৩.৩০বজাত প্ৰতিক্ৰিয়া প্ৰকাশ হোজাই জিলা আৰ এচ এচ নেতা তথা হোজাই গীতাশ্ৰমৰ সভাপতি শ্যামল ৰক্ষিতৰ।সমান্তৰালকৈ বাংলাদেশীক লৈ চৈয়দা হামিদ নামৰ সমাজ কৰ্মীগৰাকীয়ে কৰা মন্তব্যৰ পাছত সৰৱ হৈ পৰে নেতাগৰাকীয়ে। নেতা গৰাকীয়ে কয় যে ভাৰতীয় নাগৰিক হিচাপে থকা মুছলমান থাকিলে আপত্তি নাই কিন্তু বাংলাদেশী মুছলমান ইয়াত কিয় থাকিব।এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়ায় নেতা গৰাক