This browser does not support the video element.
মৰিয়নি: নকছাৰিৰ দেবেৰাপাৰত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক , কেইবালাখ টকাৰ ড্ৰাগছ জব্দ
Mariani, Jorhat | Aug 26, 2025
নকছাৰিৰ দেবেৰাপাৰত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক।কেইবালাখ টকাৰ ড্ৰাগছ জব্দ। দেবেৰাপাৰত ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মতিবুল হুছেইন৷ যোৰহাটৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰী মতিবুল হুছেইনক৷দীৰ্ঘদিনৰ পৰা সৰবৰাহকাৰী টোৱে দেবেৰাপাৰৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰা অভিযোগ আছিল।