This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ ৮ নম্বৰ ৱাৰ্ড প্ৰীতি নগৰৰ স্থায়ী গণেশ মন্দিৰত ভক্ত প্ৰাণ ৰাইজৰ ভিৰ
Mangaldoi Part, Darrang | Aug 27, 2025
দেশৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈটো উলহ মালহেৰে পালন কৰা হয় গণেশ চতুৰ্থী। মঙলদৈ প্ৰীতি নগৰৰ স্থায়ী গণেশ মন্দিৰত ভক্ত প্ৰাণ ৰাইজে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। পুৰোহিত মন্ত্ৰ উচ্চাৰণৰে হোম যজ্ঞৰে স্থায়ী গণেশ মন্দিৰত আশীষ ললে ভক্ত সকলে। চাকি বন্তি জ্বলাই সেৱা ললে গণেশ মন্দিৰত। মনৰ কামনা সিদ্ধিৰ অৰ্থে এই গণেশ মন্দিৰত পূজা-অৰ্চনা কৰে ভক্তসকলৰ।