This browser does not support the video element.
বৰপেটা: কুৰিহা পশু চিকিৎসা খেল পথাৰত অনুষ্ঠিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বিধায়ক জাকিৰ হুছেইন শিকদাৰ
Barpeta, Barpeta | Sep 29, 2025
কুৰিহা পশু চিকিৎসা খেল পথাৰত বি কে নৱজাগৰণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি পাতল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰে বঁটা বিতৰণী সভাত অনুষ্ঠিত হয় ৷ বি কে নৱজাগৰণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি পাতল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অংশগ্ৰহন কৰি বিধায়ক গৰাকীয়ে কয় এনে ধৰণৰ খেল প্ৰতিযোগিতাই যুৱ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰে ।