Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: ১ নং সুপাৰিগুৰিত পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে

Bijni Part, Chirang | Aug 23, 2025
আজি চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং সুপাৰিগুৰিত SOPD ফাণ্ডৰ পৰা প্ৰদান কৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সম্পাদক অজয় কুমাৰ ৰায়ে ,আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়ক গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us