Download Now Banner

This browser does not support the video element.

পূব যোৰহাট: ভাদ মাহৰ প্ৰথমটো দেওবাৰে ঢেকীয়াখোৱা বৰ নামঘৰত ভকত-বৈষ্ণৱৰ ভিৰ, প্ৰায় পাঁচ হাজাৰৰো অধিক ভক্তৰ আগমণ

Jorhat East, Jorhat | Aug 24, 2025
ভাদ মাহৰ প্ৰথম টো দেওবাৰত ঢেকীয়াখোৱা বৰ নামঘৰত ভকত বৈষ্ণৱৰ ভিৰ । প্ৰায় পাঁচ হাজাৰৰো অধিক ভক্তৰ আগমণ । সমান্তৰাল ভাৱে ব্যস্ততা দেখা গৈছে ব্যৱসায়ি সকলৰো। দেওবাৰে দুই বজাত বিভিন্ন প্ৰান্তৰৰ ভক্তৰ আগমন। পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দেওবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ সকলে পুৱাৰে পৰা আহি ঢেকীয়াখোৱা বৰ নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us