This browser does not support the video element.
নগাঁও: নগাঁও সাহিত্য সভা ভৱনত আলোচনা চক্ৰৰ আয়োজন
Nagaon, Nagaon | Oct 8, 2025
সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় উক্ত অনুষ্ঠানটিৰ উল্লেখ্য যে অনুষ্ঠানটিত গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষা হ'কে নাৰী সমাজে লব লগা ভূমিকা হিচাপে আলোচনা কৰা হয়