Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে আটক কৰে এগৰাকী চিকিৎসক আৰু দালালৰূপী এগৰাকী মহিলাক

Balijana, Goalpara | Sep 10, 2025
গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে আটক কৰে এগৰাকী চিকিৎসক আৰু দালালৰূপী এগৰাকী মহিলাক।বয়সৰ প্ৰমান পত্ৰৰ নামত মহিলাগৰাকীৰ জৰিয়তে চিকিৎসকজনে অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। গোৱালপাৰা শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ৰ পৰা আটক কৰা হয় চিকিৎসক ডাঃ নাজিৰ খানক ৷ গোৱালপাৰা আৰক্ষীয়ে আটক কৰে চিকিৎসকসহ আন এগৰাকী দালালৰূপী মহিলাক। অকৃৰ্তত্বশীলভাৱে চিকিৎসকৰ হৈ প্ৰমাণ পত্ৰ লিখিছিল মহিলা গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us