Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত একাংশ শ্ৰমিকে আৰক্ষীক আক্ৰমনৰ ঘটনাৰ পাছতে দল সংগঠনে উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

Tinsukia, Tinsukia | Aug 22, 2025
তিনিচুকীয়াৰ চাইডিং বজাৰত আজি একাংশ শ্ৰমিক লোকে আৰক্ষীক আক্ৰমন কৰা ঘটনাৰ পাছতে শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত দল সংগঠনে উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে । জানিবলৈ পৰা অনুসৰি বহু দিন ধৰি মজুৰি সংক্রান্ত বিষয় টি লৈ তিনচুকীয়াৰ চাইডিং বজাৰ ব্যবসায়ী ও শ্রমিকসকলৰ মাজত চেপা উত্তেজনা অব্যাহত থকাৰ মাজতে আজি উত্তেজনা বৃদ্ধি হোৱাত ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে যোৱা আৰক্ষীক একাংশ উগ্র শ্রমিকে পুলিচৰ ওপৰত আক্রমন কৰাৰ চেষ্টা চলাই ।
Read More News
T & CPrivacy PolicyContact Us